అర్థం : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য
ఉదాహరణ :
শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে
అర్థం : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
ఉదాహరణ :
তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
పర్యాయపదాలు : লাগি থকা
అర్థం : (ত) লগোৱা বা কৰা
ఉదాహరణ :
চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়
అర్థం : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
ఉదాహరణ :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
పర్యాయపదాలు : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা