పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কৰ అనే పదం యొక్క అర్థం.

কৰ   বিশেষ্য

అర్థం : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ

ఉదాహరణ : তাৰ হাতত বৰ জোৰ আছে

పర్యాయపదాలు : পাণি, ভূজ, হস্ত, হাত

అర్థం : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন

ఉదాహరణ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল

పర్యాయపదాలు : কটল, কাটল, কৰ-কাটল, খাজনা, টেক্স, শুল্ক

అర్థం : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ

ఉదాహరణ : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল

పర్యాయపదాలు : হস্ত, হাত

అర్థం : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল

ఉదాహరణ :

పర్యాయపదాలు : পাণি, হস্ত, হাত

అర్థం : খেতি-বাতিৰ মাটিত লগোৱা কৰ

ఉదాహరణ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল

పర్యాయపదాలు : কটল, কাটল, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক

అర్థం : মণিবন্ধৰ আগৰ অংশ

ఉదాహరణ : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল

పర్యాయపదాలు : হাত