సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
ఉదాహరణ : তাৰ হাতত বৰ জোৰ আছে
పర్యాయపదాలు : পাণি, ভূজ, হস্ত, হাত
అర్థం : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
ఉదాహరణ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
పర్యాయపదాలు : কটল, কাটল, কৰ-কাটল, খাজনা, টেক্স, শুল্ক
అర్థం : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
ఉదాహరణ : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
పర్యాయపదాలు : হস্ত, হাত
అర్థం : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
ఉదాహరణ :
పర్యాయపదాలు : পাণি, হস্ত, হাত
అర్థం : খেতি-বাতিৰ মাটিত লগোৱা কৰ
ఉదాహరణ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
పర్యాయపదాలు : কটল, কাটল, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক
అర్థం : মণিবন্ধৰ আগৰ অংশ
ఉదాహరణ : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
పర్యాయపదాలు : হাত
ఆప్ స్థాపించండి