సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জলবায়ু আদিৰ প্রভাৱৰ কাৰণে হোৱা পৰি্ৱর্তন ্যাৰফলত বস্তু-বাহানি আদি বেয়া হৈ যায়
ఉదాహరణ : সময়ৰ লগে লগে ঐতিহাসিক প্রাসাদবোৰৰ অৱক্ষয় হোৱা পৰিলক্ষিত হৈছে
పర్యాయపదాలు : অৱক্ষয়
అర్థం : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
ఉదాహరణ : কাৰো অপকাৰ নকৰিবা
పర్యాయపదాలు : অনিষ্ট, অপকাৰ, ক্ষতি, বৰবাদ, হানি
అర్థం : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য
ఉదాహరణ : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে
పర్యాయపదాలు : অপচয়, হ্রাস
అర్థం : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি
ఉదాహరణ : বিনাশৰ সময়ত বুদ্ধি লোপ পায়
పర్యాయపదాలు : উচ্ছেদ, নিপাত, বিলোপ, লোপ
ఆప్ స్థాపించండి