పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ক্ষোভ అనే పదం యొక్క అర్థం.

ক্ষোভ   বিশেষ্য

అర్థం : কোনো উচিত, আৱশ্যক বা ভাললগা কথা নোহোৱাৰ কাৰণে মনত হোৱা দুখ

ఉదాహరణ : মই আপোনাৰ কামটো সময়মতে কৰিব নোৱাৰাৰ বাবে দুখিত

పర్యాయపదాలు : অনুতাপ, আফচোচ, খেদ, গ্লানি, দুঃখ, দুঃখিত, দুখ, দুখিত

అర్థం : মনত হেঁচি ৰখা ক্রোধ, দুখ বা দ্বেষ

ఉదాహరణ : দেউতা কার্যালয়ৰ পৰা ঘূৰি অহাৰ লগে লগেই মায়ে দিনটোৰ ক্ষোভ উজাৰিলে

అర్థం : কোনো ভয়ানক বা চিন্তাজনক ঘটনাৰ কাৰণে মানুহে খোৱা ভয় যাৰ ফলস্বৰূপে মানুহে নিজক ৰক্ষা কৰাৰ উপায় চিন্তা কৰে

ఉదాహరణ : বোমা বিস্ফোৰণৰ লগে লগে মানুহৰ মাজত অশান্তি বিয়পি পৰিল

పర్యాయపదాలు : অশান্তি, উদ্বেগ