సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু হোৱা, বনোৱা বা ওলোৱা কার্য
ఉదాహరణ : ইউৰিয়া ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়
పర్యాయపదాలు : পদ্ধতি, প্রক্রিয়া, প্রণালী
అర్థం : কোনো কার্য ্কৰা বা হোৱা বুজোৱা ব্যাকৰণৰ এক বিশেষ শ্্ব্দ
ఉదాహరణ : এই অধ্যায়টোত ক্রিয়া সম্পর্কে আলোচনা কৰা হৈছে
పర్యాయపదాలు : ক্রিয়াপদ
అర్థం : কোনো কাম হোৱা বা কৰাৰ ভাব
ఉదాహరణ : গাখীৰৰ পৰা দৈ গাখীৰ হোৱাটো এক প্রকাৰৰ ৰাসায়নিক ক্রিয়া
పర్యాయపదాలు : কার্য
ఆప్ స్థాపించండి