పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কোৰিয়ান అనే పదం యొక్క అర్థం.

কোৰিয়ান   বিশেষ্য

అర్థం : কোৰিয়া দেশৰ অধিবাসী

ఉదాహరణ : সাঁতোৰ প্রতিযোগিতাৰ স্বর্ণপদক ্কোৰিয়ানে লাভ কৰিলে

పర్యాయపదాలు : কোৰিয়া বাসী, কোৰিয়া-বাসী, কোৰিয়াবাসী

అర్థం : যি লিপিত কোৰিয়ান ভাষা লিখা হয়

ఉదాహరణ : অৱশেষত তেওঁ ্কোৰিয়ান লিখিবলৈ সক্ষম হʼল

పర్యాయపదాలు : কোৰিয়ান লিপি

అర్థం : কোৰিয়া দেশৰ ভাষা

ఉదాహరణ : কোৰিয়ালৈ যোৱাৰ পিছত শৃংখলাই কোৰিয়ান শিকিলে

పర్యాయపదాలు : কোৰিয়ান ভাষা, কোৰিয়ান-ভাষা

কোৰিয়ান   বিশেষণ

అర్థం : কোৰিয়া দেশৰ বা কোৰিয়া দেশৰে সম্পর্কিত

ఉదాహరణ : কোৰিয়ানসকল হস্তকলাত প্রসিদ্ধ

అర్థం : কোৰিয়া ভাষাৰ বা কোৰিয়া ভাষাৰ সৈতে সম্বন্ধ থকা

ఉదాహరణ : কোৰিয়াত থাকি মনোহৰণে কোৰিয়ান সাহিত্যৰ সোৱাদ লʼলে