అర్థం : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
ఉదాహరణ :
বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
పర్యాయపదాలు : অক্ষতযোনি নাৰী, কন্যা
అర్థం : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন
ఉదాహరణ :
কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে
అర్థం : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
ఉదాహరణ :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
పర్యాయపదాలు : অবিবাহিত, অবিবাহিত মহিলা
అర్థం : যি স্ত্রী ৰজস্বলা হোৱা নাই
ఉదాహరణ :
তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে
పర్యాయపదాలు : কুঁৱৰী