సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
ఉదాహరణ : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
పర్యాయపదాలు : অখাজ, অখাদ্য, অপথ্য, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, খাব নলগীয়া-
అర్థం : অনুপযুক্ত আহাৰ
ఉదాహరణ : ৰোগীৰ কাৰণে মছলাযুক্ত আহাৰ কুপথ্য স্বৰূপ
పర్యాయపదాలు : অপথ্য
అర్థం : যি হিতকৰ নহয় (আহাৰ)
ఉదాహరణ : কিছুমান লোকে সোৱাদৰ কাৰণে কুপথ্যও খায়
అర్థం : যি পথ্য নহয়
ఉదాహరణ : কুপথ্য ভোজন কৰা অনুচিত
అర్థం : যি খোৱাৰ যোগ্য নহয়
ఉదాహరణ : এইটো অখাদ্য বস্তু
పర్యాయపదాలు : অখাজ, অখাদ্য, অপথ্য, অভক্ষ, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুখাদ্য
ఆప్ స్థాపించండి