సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কুটিলতাপূর্ণ ব্যৱহাৰ কৰোতাজন
ఉదాహరణ : কুটিল লোকৰ মনৰ কথা কোনেও জানিব নোৱাৰে
పర్యాయపదాలు : কুচক্রী
అర్థం : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
ఉదాహరణ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
పర్యాయపదాలు : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন
అర్థం : যʼত কপটতা আছে বা যি কপটতাৰে পৰিপূর্ণ
ఉదాహరణ : তেওঁ ্ মোৰ সৈতে কপটপূর্ণ ব্যৱহাৰ কৰিছে
పర్యాయపదాలు : কপটপূর্ণ, কপটময়, চলনাময়
ఆప్ స్థాపించండి