పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কুটা అనే పదం యొక్క అర్థం.

কুটা   বিশেষ্য

అర్థం : শুকান ঘাঁহ আদিৰ টুকুৰা

ఉదాహరణ : চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে

పర్యాయపదాలు : খেৰ-কুটা

అర్థం : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট

ఉదాహరణ : মোৰ চকুত কুটা সোমাইছে

అర్థం : খুন্দা বা কুটাৰ কার্য

ఉదాహరణ : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে

పర్యాయపదాలు : খুন্দা, বনা

কুটা   ক্ৰিয়া

అర్థం : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য

ఉదాహరణ : মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে

పర్యాయపదాలు : কুটি থকা

అర్థం : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য

ఉదాహరణ : উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে

పర్యాయపదాలు : কুটি খোৱা

কুটা   বিশেষণ

అర్థం : কুটি থোৱা

ఉదాహరణ : কুটা মাংসৰ পৰা কেইবা প্রকাৰৰো ব্যঞ্জন তৈয়াৰ কৰিব পাৰি