పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কাৰণ అనే పదం యొక్క అర్థం.

কাৰণ   বিশেষ্য

అర్థం : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

ఉదాహరణ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

పర్యాయపదాలు : অর্থ, কাৰক, নিমিত্ত, মূল, হেতু

అర్థం : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

ఉదాహరణ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

పర్యాయపదాలు : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, প্রয়োজন, মতলব, লক্ষ্য, হেতু

అర్థం : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া

ఉదాహరణ : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়

పర్యాయపదాలు : অচিলা, অজুহাত, আপত্তি, ওজৰ, ওজৰ-আপত্তি, চেলু, দোহাই, বাহনা, বিনাকাৰণ, লেচু