సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা
ఉదాహరణ : শ্যাম মোৰ কাষতে বহিল
పర్యాయపదాలు : ওচৰ
అర్థం : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
ఉదాహరణ : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
పర్యాయపదాలు : আগ, মূৰ
అర్థం : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে
ఉదాహరణ : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে
పర్యాయపదాలు : পার্শ্ব
అర్థం : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
ఉదాహరణ :
పర్యాయపదాలు : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
అర్థం : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ఉదాహరణ : এই কাঁহীখনৰ কাণটো বৰ পাতল
పర్యాయపదాలు : কাণ, কিনাৰ, প্রান্তৰ, মূৰ
అర్థం : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই
ఉదాహరణ : তেওঁ ্ মোৰ ওচৰতে থাকে
పర్యాయపదాలు : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ
అర్థం : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
ఉదాహరణ : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
పర్యాయపదాలు : কিনাৰ, দাঁতি, পাৰ
అర్థం : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ
ఉదాహరణ : আপোনাৰ কোন ফালে যাবলগীয়া আছে
పర్యాయపదాలు : দিশ, পিন, ফাল
ఆప్ స్థాపించండి