పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কাল అనే పదం యొక్క అర్థం.

কাল   বিশেষ্য

అర్థం : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ఉదాహరణ : সময় কাৰোবাবে ৰৈ নাথাকে

పర్యాయపదాలు : ক্ষণ, বেলা, সময়

అర్థం : (ব্যাকৰণত) কার্য ্সম্পাদন কৰা বা হোৱাৰ সময়

ఉదాహరణ : কাল প্রধানকৈ তিনি প্রকাৰৰ

అర్థం : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

ఉదాహరణ : তেওঁৰ মৃত্যু অতি ওচৰত

పర్యాయపదాలు : মৃত্যু, মৰণ কাল

అర్థం : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

ఉదాహరణ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

పర్యాయపదాలు : দিন, যুগ

అర్థం : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

ఉదాహరణ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

పర్యాయపదాలు : যুগ, সময়