సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শোভিত হোৱা অৱস্থা বা ভাব
ఉదాహరణ : সূর্যাস্তৰ সময়ত আকাশৰ সৌন্দর্য ্চাবলগীয়া হয়
పర్యాయపదాలు : সৌন্দর্য, ্শোভা, ৰমণীয়তা
అర్థం : এক ধৰণৰ প্রকাশ বা পোহৰ
ఉదాహరణ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
పర్యాయపదాలు : আভা, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
అర్థం : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
ఉదాహరణ : তেওঁৰ ্ কান্তি নিৰুপম
పర్యాయపదాలు : সৌন্দর্য, ৰূপ
అర్థం : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
ఉదాహరణ : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
పర్యాయపదాలు : আভা, উদ্দীপ্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
ఆప్ స్థాపించండి