అర్థం : মিহি বস্তু কটা বা খোঁচা যতন
ఉదాహరణ :
তেওঁ সাঁচ কটা যতনেৰে মার্বল ্পাথৰত ৰামৰ মূর্তি বনাই আছে
పర్యాయపదాలు : খোদাই কৰা যতন, ছাপ কটা যতন, সাঁচ কটা যতন
అర్థం : আৰবৰ এখন দেশ
ఉదాహరణ :
কাটাৰ এখন খনিজ তেল উৎপাদক দেশ
అర్థం : ইৰাণৰ নিচেই কাষত অৱস্থিত এখন উপদ্বীপ
ఉదాహరణ :
কাটাৰৰ মাটিকালি এঘাৰ হাজাৰ পাঁচশ বর্গ কিলোমিটাৰ