పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কাটা అనే పదం యొక్క అర్థం.

কাটা   বিশেষ্য

అర్థం : কোনো সঁজুলি আদিত যিডাল তাৰ বা কাটাই কোনো বিশেষ পৰিমাণ, সংখ্যা, দিশ আদি নির্দেশ কৰে

ఉదాహరణ : এই ঘড়ীটোৰ ঘন্টাৰ কাটাডাল ৰৈ গʼল

అర్థం : গছৰ গা-গছ, ডাল, পাত আদিৰ পৰা ওলোৱা জোঙা অংশ, যি বেজীৰ নিচিনা হয়

ఉదాహరణ : হাবিত থাকোতে তেওঁৰ ভৰিত ্ কাঁইট সোমাল

పర్యాయపదాలు : কণ্টক, কাঁইট, তৰুনখ, শূল, হুল

అర్థం : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা

ఉదాహరణ : কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে

పర్యాయపదాలు : কাঁটা

అర్థం : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়

ఉదాహరణ : কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে

పర్యాయపదాలు : কাঁটা