పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কাটল అనే పదం యొక్క అర్థం.

কাটল   বিশেষ্য

అర్థం : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন

ఉదాహరణ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল

పర్యాయపదాలు : কটল, কৰ, কৰ-কাটল, খাজনা, টেক্স, শুল্ক

అర్థం : খেতি-বাতিৰ মাটিত লগোৱা কৰ

ఉదాహరణ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল

పర్యాయపదాలు : কটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক