అర్థం : দেহত এক শিহৰণ অনুভৱ কৰা
ఉదాహరణ :
ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে
పర్యాయపదాలు : কঁপনি উঠা, কঁপি-জপি থকা, কঁপ্া, কম্পন হোৱা
అర్థం : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
ఉదాహరణ :
উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
పర్యాయపదాలు : কঁপিবলৈ ধৰা, কঁপ্া, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা