అర్థం : কোনো বস্তু আদি লুপ্ত হৈ অলপ থাকি যোৱা
ఉదాహరణ :
বৰষুণ নোহোৱাৰ ফলত নদীত পানী কমি আহিছে
పర్యాయపదాలు : তাকৰ হোৱা, ন্যূন হোৱা
అర్థం : কোনো বস্তু আকাৰ, সীমা বা প্রসাৰতা আদিত সৰু হৈ অহা
ఉదాహరణ :
তেওঁৰ ্উপার্জন কমি আহিছে
పర్యాయపదాలు : সংকুচিত হোৱা
అర్థం : যিটো কম হৈ আহিছে বা তললৈ গৈ আছে
ఉదాహరణ :
তেওঁলোকৰ মাজত কমি অহা আত্মীয়তা দেখি মই বিচলিত হʼলে
పర్యాయపదాలు : হ্রাস পোৱা