సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কম হৈ অহা কার্য
ఉదాహరణ : বানপীড়িত গঞাই নদীৰ পানী কমা দেখি অলপ সকাহ পালে
పర్యాయపదాలు : টুটা
అర్థం : নামি যোৱা বা কমি যোৱা
ఉదాహరణ : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
పర్యాయపదాలు : নমা
అర్థం : একেবাৰে আদায় নোহোৱা
ఉదాహరణ : হাজাৰৰ পৰা এশ টকা কমি গʼল
అర్థం : মূল্য অৱনমিত হোৱা বা কমি অহা
ఉదాహరణ : আজিকালি সোণৰ দাম নামিছে
పర్యాయపదాలు : নমা, পৰা
అర్థం : ঘাটি হোৱা বা কমি যোৱা
ఉదాహరణ : বৰষুণ কম হোৱাৰ কাৰণে এই বছৰ ফচল কমিল
అర్థం : ক্ষীণ হোৱা
ఉదాహరణ : ৰোগীৰ শৰীৰ দিনে-দিনে কমি আহিছে
పర్యాయపదాలు : কমি যোৱা
ఆప్ స్థాపించండి