పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কমলা అనే పదం యొక్క అర్థం.

কমলা   বিশেষ্য

అర్థం : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল

ఉదాహరణ : তেওঁ ্সদায় কমলাৰ ৰস খায়

పర్యాయపదాలు : কমলা টেঙা

అర్థం : ধনৰ অধিষ্ঠাত্রী দেৱী যাক বিষ্ণুৰ পত্নী বুলি কোৱা হয়

ఉదాహరణ : মানুহে ধন প্রাপ্তিৰ বাবে লক্ষ্মীৰ পূজা কৰে

పర్యాయపదాలు : ইন্দিৰা, ধনদা, নাৰায়ণী, পদ্মা, লক্ষ্মী, শতদলবাসিনী, শ্রী, হৰিপ্রিয়া, ৰমা

అర్థం : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং

ఉదాహరణ : চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে

పర్యాయపదాలు : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং

అర్థం : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ

ఉదాహరణ : কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল

పర్యాయపదాలు : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ