పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কম అనే పదం యొక్క అర్థం.

কম   বিশেষ্য

అర్థం : কমি যোৱা অৱস্থা বা ভাব

ఉదాహరణ : সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো

పర్యాయపదాలు : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, চুটা, টুটনি, নাটনি, ন্যূনতা, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব

কম   বিশেষণ

అర్థం : যি প্রবল নহয়

ఉదాహరణ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

పర్యాయపదాలు : অধম, অপ্রবল, নিকৃষ্ট, প্রবলতাহীন, বেয়া, মন্দ

అర్థం : যিটো হিচাপতকৈ কম

ఉదాహరణ : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে

పర్యాయపదాలు : অপ্রচুৰ, অপ্রতুল, অলপ, অল্প, আংশিক, কিছু, ক্ষণিক, ন্যূন, লেশ

అర్థం : যাৰ দৰ বা ভাও কমি গৈছে

ఉదాహరణ : বজাৰলৈ নতুন নতুন উৎপাদিত বস্তু অহাৰ কাৰণে প্রত্যেক বস্তুৰ দাম কমি গৈছে

పర్యాయపదాలు : অৱনত, মন্দা

అర్థం : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত

ఉదాహరణ : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে

పర్యాయపదాలు : অলপ, ন্যূন