పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কবৰ అనే పదం యొక్క అర్థం.

কবৰ   বিশেষ্য

అర్థం : মুছলমান, খ্রীষ্টান আদি সম্প্রদায়ৰ মৃতকৰ মৰিশালিৰ ওপৰত ওখকৈ সজোৱা ঠাই বিশেষ

ఉదాహరణ : তেওঁ ্সদায় সন্ধিয়া নিজৰ মাকৰ সমাধিত মমবাতি জ্বলায়

పర్యాయపదాలు : সমাধি, সমাধিস্তম্ভ

అర్థం : মুছলমান, খ্রীষ্টান, ইহুদীসকলে তেওঁলোকৰ মৃত লোকসকলক সৎকাৰ কৰা গাঁত বিশেষ

ఉదాహరణ : মহান চুফী সাধুজনক সৎকাৰৰ কাৰণে অসংখ্যলোকে কবৰ খান্দিলে

అర్థం : যি ঠাইত শৱৰ অন্ত্যেষ্টি ক্রিয়া কৰা হয়

ఉదాహరణ : তান্ত্রিকজনে শ্মশানত সাধনা কৰি আছে

పర్యాయపదాలు : কবৰখানা, কবৰস্থান, খৰি দিয়া ঠাই, গোৰস্থান, দাহস্থান, মৰিশালি, শশান, শ্মশান, শ্মশানভূমি, শৱদাহস্থান, শৱসৎকাৰভূমি, সমাধিক্ষেত্র, সমাধিভূমি, সমাধিস্থলী, সমাধিস্থান