సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
ఉదాహరణ : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
పర్యాయపదాలు : আচ্ছাদক, আচ্ছাদন, আৱৰণ, ঢাকনি
అర్థం : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
ఉదాహరణ : বাদামৰ ওপৰত বহুত টান খোলা থাকে
పర్యాయపదాలు : আৱৰণ, খোলা
అర్థం : লো আদিৰে তৈয়াৰী আৱৰণ, যিয়ে যুদ্ধৰ সময়ত অস্ত্র-শস্ত্রৰ পৰা যুদ্ধাক সুৰক্ষা প্রদান কৰা
ఉదాహరణ : আক্রমণৰ পৰা ৰক্ষা পাবৰ কাৰণে কবচ ব্যৱহাৰ কৰা হয়
పర్యాయపదాలు : অংগৰক্ষী
ఆప్ స్థాపించండి