సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
ఉదాహరణ : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
పర్యాయపదాలు : খাতা, বহী
అర్థం : কিতাপ বা বাতৰি কাকতৰ নকল
ఉదాహరణ : প্রতিদিনে বাতৰি কাকতৰ বহু হাজাৰ কপি বিক্রী হয়
అర్థం : লেখা আদিৰ আক্ষৰিক স্বৰূপ
ఉదాహరణ : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে
పర్యాయపదాలు : অনুলিপি, নকল, প্রতিলিপি, প্রতিলেখ
ఆప్ స్థాపించండి