అర్థం : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত বিশেষভাৱে কর্ণাটকত কোৱা এক দ্রাবিড়ীয় ভাষা
ఉదాహరణ :
কুলকার্ণীদেৱে কন্নড় শিকি আছে
పర్యాయపదాలు : কন্নড় ভাষা
అర్థం : যি লিপিত কন্নড় ভাষা লিখা হয়
ఉదాహరణ :
কামথে নিজৰ লʼৰাটোক কন্নড় লিখিবলৈ শিকাইছে
పర్యాయపదాలు : কন্নড় লিপি
అర్థం : কর্ণাটক ৰাজ্যৰ অধিবাসী
ఉదాహరణ :
এইখন কন্নড়সকলৰ সভা
అర్థం : কর্ণাটকত থকা বা বসতি কৰা
ఉదాహరణ :
কন্নড় লোকৰ মাজত এনেধৰণৰ প্রথা আছে
అర్థం : কন্নড় ভাষাৰ সৈতে সম্বন্ধ থকা বা কন্নড় ভাষাৰ
ఉదాహరణ :
তেওঁ কন্নড় ্সাহিত্যৰ প্রতি বিশেষ ৰাপ আছে
అర్థం : কর্ণাটকৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
মই কন্নড় সংস্কৃতিৰ সৈতে সম্পূর্ণৰূপে পৰিচিত