అర్థం : প্রায়েই পাহৰি থকা ব্যক্তি
ఉదాహరణ :
ৰাম এটা ডাঙৰ কথা পাহৰা, সি সদায় কিবা নহয় কিবা পাহৰি যায়
పర్యాయపదాలు : কথা-পাহৰা
అర్థం : বৃদ্ধাৱস্থাৰ কাৰণে বুদ্ধিয়ে ভালদৰে কাম নকৰা
ఉదాహరణ :
কিছুমান লোকৰ বৃদ্ধাৱস্থাত স্মৃতিভ্ৰংশ হয়
పర్యాయపదాలు : স্মৃতিভ্ৰংশ হোৱা
అర్థం : যাৰ পাহৰি থকাটোৱেই স্বভাৱ
ఉదాహరణ :
প্ৰতিমাই সৰুকালৰ পৰাই কথা পাহৰা স্বভাৱ আছে