పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কণ্ঠ అనే పదం యొక్క అర్థం.

কণ্ঠ   বিশেষ্য

అర్థం : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

ఉదాహరణ : তেওঁৰ ্ মাতটো বৰ মিঠা

పర్యాయపదాలు : গলা, বোল, মাত, স্বৰ

అర్థం : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা

ఉదాహరణ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল

పర్యాయపదాలు : লয়, সুৰ

అర్థం : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

ఉదాహరణ : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

పర్యాయపదాలు : গলা

అర్థం : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

ఉదాహరణ : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

పర్యాయపదాలు : গল, গলা