పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কঠিন అనే పదం యొక్క అర్థం.

কঠিন   বিশেষণ

అర్థం : যিটো মোলায়েম নহয়

ఉదాహరణ : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল

పర్యాయపదాలు : টান, ্কর্কৰীয়া

అర్థం : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

ఉదాహరణ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

పర్యాయపదాలు : অসহজ, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন

అర్థం : যিটো সহজ নহয়

ఉదాహరణ : এই কঠিন সমস্যাটোৰ সমাধান সূত্র শীঘ্রে উলিওৱা উচিত

పర్యాయపదాలు : অসহজ, বিষম

అర్థం : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

ఉదాహరణ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

పర్యాయపదాలు : অসহজ, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল

అర్థం : যিটো শুনাত খহটা

ఉదాహరణ : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়

పర్యాయపదాలు : কঠুৱা, কর্কশ, টান, হুঁট্া, ্কালনজীয়া

అర్థం : যিটো সোনকালে বুজি পোৱা নাযায়

ఉదాహరణ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব

పర్యాయపదాలు : অবোধগম্য, টান, দুৰূহ

అర్థం : যিটো গম্য নহয় বা যাব নোৱাৰা

ఉదాహరణ : আমি ্ দুর্গম পথৰ পথিক

పర్యాయపదాలు : অগম্য, দুর্গম, দুর্গম্য, দুৰধিগম্য, দুৰূহ