అర్థం : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
ఉదాహరణ :
মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
పర్యాయపదాలు : কলম দিয়া
అర్థం : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা
ఉదాహరణ :
পাচলি কাটি আছে
అర్థం : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
ఉదాహరణ :
মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
పర్యాయపదాలు : কলম দিয়া
అర్థం : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য
ఉదాహరణ :
মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে নাপিতে তেওঁৰ চুলি কাটিলে
అర్థం : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য
ఉదాహరణ :
শিক্ষকে ভুল উত্তৰটো কাটিলে
అర్థం : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা
ఉదాహరణ :
গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে
అర్థం : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
ఉదాహరణ :
పర్యాయపదాలు : কলম দিয়া
అర్థం : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা
ఉదాహరణ :
জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে