పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কটা అనే పదం యొక్క అర్థం.

কটা   বিশেষ্য

అర్థం : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য

ఉదాహరణ : মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে

పర్యాయపదాలు : কলম দিয়া

అర్థం : কটোৱাৰ কাম

ఉదాహరణ : ঠিকাদাৰে বনুৱাবোৰৰ দ্বাৰা খেতিডৰা দোৱাৰ কাম কৰি আছে

పర్యాయపదాలు : দোৱা

কটা   ক্ৰিয়া

అర్థం : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা

ఉదాహరణ : পাচলি কাটি আছে

అర్థం : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য

ఉదాహరణ : মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে

పర్యాయపదాలు : কলম দিয়া

అర్థం : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য

ఉదాహరణ : মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে নাপিতে তেওঁৰ চুলি কাটিলে

అర్థం : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য

ఉదాహరణ : শিক্ষকে ভুল উত্তৰটো কাটিলে

అర్థం : কপাহ পকাই সূতা তৈয়াৰ কৰা কার্য

ఉదాహరణ : মায়ে লগুণ বনাবলৈ সূতা কাটিছে

పర్యాయపదాలు : সূতা কটা

అర్థం : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা

ఉదాహరణ : গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে

అర్థం : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে

ఉదాహరణ :

పర్యాయపదాలు : কলম দিয়া

అర్థం : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা

ఉదాహరణ : জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে

কটা   বিশেষণ

అర్థం : কটা যোৱা

ఉదాహరణ : ৰীমাই কটা বাহুটো দেখি চকখাই উঠিল

పర్యాయపదాలు : খণ্ডিত, চ্ছিন্ন