అర్థం : উদ্যোগৰ অধিক উন্নত কৰা বা সঠিকভাৱে চলোৱাৰ বিদ্যা
ఉదాహరణ :
আই. আই. টিত ঔদ্যোগিক শিক্ষা দিয়া হয়
పర్యాయపదాలు : প্রাদ্যোগিক
అర్థం : যান্ত্রিক কলা-কৌশল বিষয়ক বা যন্ত্র প্রয়োগ সম্বন্ধীয়
ఉదాహరణ :
ৰাজ্যিক শিক্ষামন্ত্রীয়ে আমাৰ চহৰত এখন কাৰিকৰি প্রতিষ্ঠানৰ উন্মোচন কৰিলে
పర్యాయపదాలు : অভিযান্ত্রিক, কাৰিকৰি, প্রযুক্তিবিদ্যাগত, প্রায়োগিক
అర్థం : যি উদ্যোগৰ সৈতে সম্বন্ধিত
ఉదాహరణ :
প্রথম বিশ্বযুদ্ধৰ পিছত ইউৰোপত ঔদ্যোগিক বিপ্লৱ হয়
పర్యాయపదాలు : উদ্যোগ বিষয়ক
అర్థం : বৈজ্ঞানিক বা ব্যৱহাৰিক বিষয় যি বৈজ্ঞানিক সিদ্ধান্তৰ আধাৰত প্রতিষ্ঠিত অথবা তাৰে সৈতে সম্পর্কিত
ఉదాహరణ :
নেহৰুদেৱে ঔদ্যোগিক বিকাশ সাধনত অধিক গুৰুত্ব আৰোপ কৰিছিল
పర్యాయపదాలు : প্রাদ্যোগিক