అర్థం : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
ఉదాహరణ :
বানপানীত কিমান যে পশু উটি গৈছে
పర్యాయపదాలు : উটা, উটি যোৱা, উটি-ভাহি যোৱা, বৈ যোৱা, ভহা, ভাসমান হোৱা, ভাহি যোৱা
అర్థం : পানীৰ ওপৰলৈ অহা
ఉదాహరణ :
বানপানীত ডুবি মৰা মানুহৰ মৰাশবোৰ পানীত ওপঙিছে