అర్థం : কোনো বস্তুৰ ভৰ, আকাৰ, মূল্য আদি
ఉదాహరణ :
এক বস্তা চাউলৰ ওজন প্রায় এশ কেজি
పర్యాయపదాలు : পৰিমাপ
అర్థం : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে
ఉదాహరణ :
আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি
పర్యాయపదాలు : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ