సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ব্যৱহাৰ কৰি বা কোনো অন্য কাৰণবশতঃ এৰা পদার্থ
ఉదాహరణ : বেচেৰী বিধৱাজনীয়ে গোটেই জীৱন এৰেহাহে পায় থাকিল
పర్యాయపదాలు : উচিছষ্ট, পৰিত্যক্ত
అర్థం : কাৰোবাৰ কাৰণে বাঢ়ি দিয়া আহাৰ খোৱাৰ পিছত ৰৈ যোৱা অংশ
ఉదాహరణ : এৰেহা খাদ্য খাব নালাগে
పర్యాయపదాలు : উচ্ছিষ্ট, চুৱা, জোঠা
ఆప్ స్థాపించండి