అర్థం : কোনো কাৰণত কোনো কাম নকৰা
ఉదాహరణ :
মই দ্বিতীয় আৰু পঞ্চম প্রশ্নটো এৰিলোঁ
పర్యాయపదాలు : এৰি দিয়া
అర్థం : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
ఉదాహరణ :
তেওঁ ্মোক মেলাতে এৰিলে
పర్యాయపదాలు : এৰি দিয়া
అర్థం : কোনো ঠাইৰ পৰা আঁ্তৰা বা প্রস্থান কৰা
ఉదాహరణ :
ৰেলগাড়ীয়ে ষ্টেচন এৰিলে
అర్థం : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
ఉదాహరణ :
ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
పర్యాయపదాలు : আঁতৰি যোৱা, এৰি দিয়া, ত্যাগ কৰা
అర్థం : ধ্যান নিদিয়া বা গণনা নকৰা
ఉదాహరణ :
বৰষুণৰ দিনকেইটাৰ বাদে ইয়াত গোটেই বছৰ জুৰি ্ পর্যটকৰ ্ লানি লাগি থাকে
పర్యాయపదాలు : বাদ দিয়া
అర్థం : ওলাই যোৱা বা দলি মাৰি পঠোৱা
ఉదాహరణ :
ধনুৰ পৰা এৰা কাঁড়পাতে পোনে-পোনে গৈ লক্ষ্য ভেদ কৰিলে