అర్థం : ব্রহ্ম তথা জীৱক এক বুলি গণ্য কৰা বা অদ্বৈত যিদ্ধান্তক মানি চলা ব্যক্তি
ఉదాహరణ :
শংকৰাচার্য অদ্বৈতবাদী আছিল
పర్యాయపదాలు : অদ্বৈতবাদী, একাত্মবাদী
అర్థం : যি ঈশ্বৰ আৰু জীৱক এক বুলি মানে
ఉదాహరణ :
অদ্বৈতবাদী শংকৰাচার্যই হিন্দু ধর্মৰ পুণৰুত্থান কৰিলে
పర్యాయపదాలు : অদ্বৈতবাদী, একাত্মবাদী