సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যুৰীয়া ৰূপত বা একে ৰূপতে বা তাৰ সৈতে .......???
ఉదాహరణ : ইয়াৰ লগতে এই কামটোও কৰি লোৱা হওক
పర్యాయపదాలు : একে লগতে, লগতে, লগে লগে, সৈতে
అర్థం : সংযুক্ত হৈ
ఉదాహరణ : আমি একেলগে এই কামটো কৰিম
పర్యాయపదాలు : লগে-ভাগে
అర్థం : একেটা সময়তে
ఉదాహరణ : এই দুইটা কাম একেলগে হৈ যাব
అర్థం : সমূহীয়া ৰূপত
ఉదాహరణ : এই সংস্থাটোৰ কর্ম্্চাৰীসকলে সমূহীয়াভাৱে ত্যাগপত্র দিছে
పర్యాయపదాలు : সমূহীয়াভাৱে, সামূহিকভাৱে
ఆప్ స్థాపించండి