సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সঞ্চিত বা একত্রিত কৰা
ఉదాహరణ : তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
పర్యాయపదాలు : গোটোৱা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা
అర్థం : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা
ఉదాహరణ : খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে
పర్యాయపదాలు : একগোট কৰা, গোটোৱা
ఆప్ స్థాపించండి