అర్థం : সর্বশ্রেষ্ঠ জ্ঞান কৰা ঋতু বা মাঘ মাহৰ দ্বিতীয় পক্ষৰ আৰম্ভণিৰ পৰা চʼত মাহৰ প্রথম পক্ষৰ শেষলৈকে ধৰা সময়ছোৱা
ఉదాహరణ :
বসন্তৰ আগমনত প্রকৃতি জাতিষ্কাৰ হৈ উঠিল
పర్యాయపదాలు :
ঋতুপতি, কামসখ, কুসুমাকৰ, কুসুমাগম, বসন্ত, বসন্তকাল, মধুকাল, মধুমাস, হিমান্ত