అర్థం : কোনো বস্তু বা জীৱক উৰিবলৈ প্রবৃত্ত কৰা
ఉదాహరణ :
পাইলটে উৰাজাহাজ উৰায়
అర్థం : এবাৰত হেঁ্চা প্রয়োগ বা বল দি পৃথক কৰা বা কাটি দূৰলৈ পেলোৱা
ఉదాహరణ :
সৈনিকে শত্রুৰ শিৰ উৰাই দিলে
పర్యాయపదాలు : উৰাই দিয়া
అర్థం : বতাহত ইফালে-সিফালে বিচৰণ কৰোৱা বা প্রসাৰিত কৰোৱা
ఉదాహరణ :
হোলীত মানুহে আবিৰ আৰু ফাকুৱা উৰায়