సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
ఉదాహరణ : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
పర్యాయపదాలు : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
అర్థం : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
ఉదాహరణ : ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
పర్యాయపదాలు : সমাৰোহ
అర్థం : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে
ఉదాహరణ :
పర్యాయపదాలు : উছব, মহোৎসৱ, মেলা, সমাৰোহ
ఆప్ స్థాపించండి