సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কাম আদিত খৰ-খেদা কৰা ব্যক্তি
ఉదాహరణ : এটা উৎপতীয়াৰ কাৰণে এই কামটো বেয়া হৈ গʼল
పర్యాయపదాలు : খটখটীয়া, চতফতীয়া, চতবতীয়া
అర్థం : যিজনে বৰ উৎপাত কৰে
ఉదాహరణ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
పర్యాయపదాలు : খটাসুৰ, দুষ্ট, বদমাচ
అర్థం : যি উপদ্রৱ কৰে
ఉదాహరణ : তেওঁ এজন ্উৎপতীয়া ব্যক্তি
పర్యాయపదాలు : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, বদমাচ
ఆప్ స్థాపించండి