అర్థం : ওলটা-পোলোটা কৰা কার্য ্বা ভাব
ఉదాహరణ :
হনুমানে লংকাত ওলট-পালট লগাই দিলে
పర్యాయపదాలు : ওলট-পালট
అర్థం : যিটো এফালৰ পৰা আনফাললৈ নিয়া হৈছে অথবা যিটো যেনেকুৱা হোৱা উচিত তেনেধৰণৰ নোহোৱা এক অৱস্থা
ఉదాహరణ :
তেওঁ ্উল্টা-সিধা কথা কৈ আমাক মূর্খ সাজিছে
పర్యాయపదాలు : উলট-পালট, উল্টা-পাল্টা, উল্টা-সিধা