సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
ఉదాహరణ : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
పర్యాయపదాలు : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱমাননা, অৱহেলা, তিৰস্কাৰ
అర్థం : ধ্যান নিদিয়া কার্য
ఉదాహరణ : দিনে-দিনে গছ-গছনিৰ উপেক্ষা কৰি অহা হৈছে
అర్థం : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
ఉదాహరణ : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
పర్యాయపదాలు : অগ্রাহ্য, অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, আওহেলা, হেলা, হেলা-ওটা
ఆప్ స్థాపించండి