సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যোগ্যতা সন্মান আদি সূচোৱা শ্্ব্দ যাক কোনো নামৰ লগত লগোৱা হয়
ఉదాహరణ : শ্যামক ডক্টৰেট উপাধিৰে সন্মানিত কৰা হʼল
పర్యాయపదాలు : খিতাপ, পদবী
అర్థం : শিক্ষাৰ ক্ষেত্রত লাভ কৰা উপাধি
ఉదాహరణ : তেখেতক আচার্য শিক্ষা-সন্মানেৰে সন্মানিত কৰা হʼল
పర్యాయపదాలు : বিদ্যা-উপাধি, শিক্ষা-সন্মান
అర్థం : কোনো ব্যক্তিৰ আচল নামৰ পিচত থাকি বংশ, পৰিয়াল, পেছা আদি সূচোৱা এক বিশেষ শ্্ব্দ
ఉదాహరణ : মোহনে নিজৰ নামৰ লগত উপাধি নিলিখে
పర్యాయపదాలు : উপনাম, পদবী, বংশনাম
ఆప్ స్థాపించండి