సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
ఉదాహరణ : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
పర్యాయపదాలు : ইতিকিং, উপহাস্যতা, ঠাট্টা, পেংলাই, পৰিহাস, ভেঙুচালি
అర్థం : অকাৰণ বা বিনা কাৰণৰ হাস্য বা হাঁহি
ఉదాహరణ : কিছুমান লোকৰ উপহাস কৰাৰ স্বভাৱ থাকে
పర్యాయపదాలు : পৰিহাস
అర్థం : কাৰোবাক আমনি দিবলৈ, দুখী কৰিবলৈ বা তুচ্ছ আদি জ্ঞান কৰিবলৈ আওপকীয়াকৈ কোৱা কোনো কথা যি বিপৰীত ৰূপত উক্ত প্রকাৰৰ অভিপ্রায় প্রকাশ কৰে
ఉదాహరణ : আজিকালিৰ নেতাই অন্য নেতাক উপহাস কৰাত পাকৈত
పర్యాయపదాలు : ঠাট্টা, ব্যংগ, ব্যঙ্গ
ఆప్ స్థాపించండి