అర్థం : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
ఉదాహరణ :
উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
పర్యాయపదాలు : ভোক্তা
అర్థం : বস্তু, সেৱা আদিৰ উপভোগ কৰোঁতা বা সেইবোৰক কামত লগোৱা
ఉదాహరణ :
মʼবাইল উপভোক্তা গাওঁ্বাসী সকলে সদায় নেটৱর্ক নাপায়
పర్యాయపదాలు : উপভোগকাৰী, ব্যৱহাৰকাৰী