అర్థం : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
ఉదాహరణ :
ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
పర్యాయపదాలు : পোৱা
అర్థం : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
ఉదాహరణ :
অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
పర్యాయపదాలు : পোৱা
అర్థం : অভিপ্রায় বা আশয় বুজি পোৱা
ఉదాహరణ :
মই অতি কষ্ট কৰিহে এই কথালৈকে আহি উপনীত হৈছোঁ