అర్థం : যি অত্যাচাৰ কৰে
ఉదాహరణ :
কংস এজন অত্যাচাৰী শাসক আছিল
పర్యాయపదాలు : অত্যাচাৰকাৰী, অত্যাচাৰী, অনাচাৰী, উৎপীড়ক, জুলুমবাজ
అర్థం : যি উপদ্রৱ কৰে
ఉదాహరణ :
তেওঁ এজন ্উৎপতীয়া ব্যক্তি
పర్యాయపదాలు : উপদ্রৱ কর্তা, উপদ্রৱী, উৎপতীয়া, বদমাচ