పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి উদ্যমী అనే పదం యొక్క అర్థం.

উদ্যমী   বিশেষ্য

అర్థం : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি

ఉదాహరణ : ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল

పర్యాయపదాలు : উদ্যোগী

అర్థం : পৰিশ্রম কৰা ব্যক্তি

ఉదాహరణ : পৰিশ্রমীয়ে নিশ্চয় সফলতা লাভ কৰিব

పర్యాయపదాలు : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী

అర్థం : প্রয়াস বা উদ্যম থকা ব্যক্তি

ఉదాహరణ : প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়

పర్యాయపదాలు : উদ্যোগী

উদ্যমী   বিশেষণ

అర్థం : কোনো কামত উদ্যম লৈ লাগি থকা

ఉదాహరణ : মোৰ মা এগৰাকী উদ্যোগী মহিলা

పర్యాయపదాలు : উদ্যোগী, কাজী

అర్థం : যʼত উদ্যম আছে বা উদ্যমেৰে ভৰি থকা

ఉదాహరణ : তেওঁ উদ্যমী ভাষণ দিলে

పర్యాయపదాలు : উদ্যমপূর্ণ

అర్థం : যিজনে পৰিশ্রম কৰে:পৰিশ্রমী লোক সদায় সফল হয়

ఉదాహరణ :

పర్యాయపదాలు : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী, ্ কর্মঠ

అర్థం : প্রয়াস বা চেষ্টা কৰোঁতাজন

ఉదాహరణ : উদ্যমী লোকৰ কাৰণে একোৱেই অসম্ভৱ নহয়

పర్యాయపదాలు : উদ্যোগী, চেষ্টাশীল, প্রয়াসশীল

అర్థం : যিটো উৎসাহেৰে ভৰি আছে

ఉదాహరణ : উদ্যমী ব্যক্তিয়ে যিকোনো কাম উৎসাহেৰে কৰিব পাৰে

పర్యాయపదాలు : উদ্যমপূর্ণ, উৎসাহী, ্উৎসাহপূর্ণ